

৮ ছেপ্টেম্বৰ ২০২৫
স্থানঃ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰ, খানাপাৰা, গুৱাহাটী
Countdown Expired!
Inaugural Ceremony
of Year Long Celebration of Birth Centenary of Bharat Ratna, Xudhakantha Dr Bhupen Hazarika
8 September 2025
Venue : Veterinary Science College Playground, Khanapara, Guwahati


অনুষ্ঠানস্থলীত উপস্থিত থাকি স্বচক্ষে অনুষ্ঠানটি উপভোগ কৰিবলৈ ইচ্ছুক কলা-সংস্কৃতি, সাহিত্য, ক্ৰীড়া আদিৰ ক্ষেত্ৰৰ সৈতে জড়িত ব্যক্তিসকলে এই পৰ্টেলযোগে নিজৰ সবিশেষ তথ্য দাখিল কৰি নাম পঞ্জীয়ন কৰিব পাৰিব।
Individuals involved in the field of arts, culture, literature, sports, etc., who wish to attend and experience the event in person can register by submitting their details through this portal.